Cartoon
View Older
গুৱাহাটী,২৯ ছেপ্টেম্বৰ:ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ মেচত বিধিপথালি দিব পাৰে বতৰে।২ অক্টোবৰত গুৱাহাটীত প্ৰৱল বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ।
২ অক্টোবৰত গুৱাহাটীত বতৰ ডাৱৰীয়াৰ লগতে হ’ব পাৰে বজ্ৰপাত।৩ আৰু ৪ অক্টোবৰতো বতাহ-বৰষুণৰ লগতে বজ্ৰপাতৰ হোৱাৰ সম্ভাৱনা।
Comments