Cartoon
View Older
গুৱাহাটী,৩০ ছেপ্টেম্বৰ:হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীক আনুষ্ঠানিকভাৱে নিলম্বনৰ পিছত জিলাখনৰ উপায়ুক্ত পদত নিযুক্তি প্ৰদান সীমান্ত কুমাৰ দাসক।পূৰ্বে তামুলপুৰৰ উপায়ুক্ত হিচাপে কৰ্তব্যৰত আছিল সীমান্ত কুমাৰ দাস।
আনহাতে বিদ্যুৎ বিকাশ ভাগৱতীক প্ৰদান কৰা হৈছে তামুলপুৰৰ উপায়ুক্তৰ দায়িত্ব।উল্লেখ্য যে, নীৰিহক মাৰপিট কৰাৰ অপৰাধত মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে নিলম্বন কৰা হৈছিল হোজাইৰ উপায়ুক্ত অনুপম চৌধুৰীক।
Comments