Cartoon
View Older
গুৱাহাটী,৫ অক্টোবৰ:টাৱাঙত দুৰ্ঘটনাত পতিত হ'ল ভাৰতীয় সেনাৰ হেলিকপ্টাৰ চিতা । পুৱা ১০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনাত । গুৰুতৰভাৱে আহত দুজন পাইলট ।
আহত পাইলট দুজনৰ এজন নিহত হোৱা বুলি জানিব পৰা হৈছে । তেজপুৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেন্ট কৰ্ণেল এ এছ ৱালিয়াই সদৰি কৰে এই তথ্য ।
Comments