Cartoon
View Older
গুৱাহাটী,৭ জুন : আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল৷ অসমৰ শিক্ষা নগৰীৰূপে খ্যাত পাঠশালাৰ চাৰিজনকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰে।
চতুৰ্থ স্থান পায় স্বপ্নৰাজ কলিতা (৫৯৪), আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল,পাঠশালা ।
সপ্তম স্থান:জ্যোতিপল তালুকদাৰ (৫৯১),আনন্দৰাম বৰুৱা একাডেমী হাইস্কুল,পাঠশালা।
অষ্টম স্থান:হৰ্ষিত বৰ্মন (৫৯০), পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল ।
নৱম স্থান:ডিভাইন শৰ্মা (৫৮৯) পাঠশালা শিক্ষাপীঠ আদৰ্শ হাইস্কুল ।
Comments