Cartoon
View Older
গুৱাহাটী,৭ জুন : আজি ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল।হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান দখল কৰে ৰক্তোৎপল শইকীয়াই৷
এই বৰ্ষৰ পৰীক্ষাত ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৮.৮০ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৪.৪৯ শতাংশ। উল্লেখ্য যে ২০২১ বৰ্ষত কভিডৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হোৱা নাছিল আৰু উক্ত বৰ্ষত ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী ৯০ শতাংশৰ ওপৰত পূৰ্বৰ পৰীক্ষাৰ ভিত্তিত উত্তীৰ্ণ হৈছিল।
Comments