গুৱাহাটী,৭ জুন:ঘোষণা কৰা হ’ল হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান দখল কৰিবলৈ সক্ষম হৈছে ৫৫ গৰাকী শিক্ষাৰ্থীয়ে ৷ স্থান প্ৰাপকসকল হ’ল ক্ৰমে,
প্ৰথম স্থান : ৰক্তোৎপল শইকীয়া, লখিমপুৰ ।
দ্বিতীয় স্থান : ভূয়সী মেধি, নলবাৰী ।
তৃতীয় স্থান : মৃদুপৱন কলিতা, পশ্চিম কাৰ্বি আংলং; লাবীব মুজিব, ডিব্ৰুগড়;পাৰ্থ প্ৰতীম দাস, লখিমপুৰ ।
চতুৰ্থ স্থান : স্বপ্নৰাজ কলিতা, বৰপেটা;স্নেহা শইকীয়া, গোলাঘাট;সমাদৃতা শৰ্মা, যোৰহাট;অন্বেষা বৰা, তিনিচুকীয়া ।
পঞ্চম স্থান : জুৱেৰ হুছেইন, বৰপেটা;প্ৰাণজিৎ বৰদলৈ, দৰং;শ্বানাজ অঞ্জুম য়াচমিন ।
ষষ্ঠ স্থান : বিতোপন মেধি, গোৱালপাৰা;মূৰ্চনা বৰ্মন, নলবাৰী ।
সপ্তম স্থান : জ্যোতিপল তালুকদাৰ, বৰপেটা;শৰ্মিষ্ঠা ভাগৱতী, লখিমপুৰ;প্ৰিয়ানুজ বৰদলৈ, শিৱসাগৰ;দ্বিপশিখা বৰুৱা, শিৱসাগৰ;অশ্লেশা শৰ্মা, কামৰূপ মেট্ৰ’;নিশা শৰ্মা, কামৰূপ মেট্ৰ’ ।
অষ্টম স্থান : হৰ্ষিত বৰ্মন, বৰপেটা;অলিভিয়া বৰা, যোৰহাট;ৰাজনন্দিনী বৈদ্য, নগাঁও;তেজাল আগৰৱাল, নগাঁও;উদেষ্ণা বৰদলৈ, নগাঁও;নেহা উপাধ্যায়, শোণিতপুৰ ।
নৱম স্থান : ডিভাইন এপি শৰ্মা, বৰপেটা; আকাশ দ্বীপ ভূঞা, দৰং;ধৃতিষ্মান দত্ত, ডিব্ৰুগড়;তবিবুল হক, কামৰূপ গ্ৰাম্য;পাৰ্থ প্ৰতিম বৰা, লখিমপুৰ;বিদিশা নাথ, মৰিগাঁও;সৃষ্টি নন্দা কাশ্যপ, নগাঁও;আৰিয়ন ভূঞা, শিৱসাগৰ;জ্যোতিময় দত্ত, শিৱসাগৰ অনাসূয়া ঠাকুৰীয়া, কামৰূপ মেট্ৰ’ ।
দশম স্থান : অলমিনা খাতুন, বৰপেটা;অনুভৱ কপিল, বঙাইগাঁও;বিশ্বদ্বীপ নাথ, কাছাৰ:অনন্যা ভৰদ্বাজ, ডিব্ৰুগড়;অনিকংকনা গগৈ, ডিব্ৰুগড়;অয়ন মিত্ৰ, লখিমপুৰ; কৌস্তভ জ্যোতি নাথ, মৰিগাঁও ।
Comments