Cartoon
View Older
গুৱাহাটী,২০ জুনঃঅহা ২১ জুনৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ সৈতে সংগতি ৰাখি প্ৰশিক্ষক বাবুল গুৰুং আৰু ১২ বছৰীয়া ছুইমাৰ কুলদীপ শইকীয়াই সৰুসজাই ক্রীড়া প্ৰকল্পৰ ডাঃ জাকিৰ হুছেইন সাঁতোৰ প্ৰকল্পৰ ছুইমিং পুলত বিৰতিবিহীনভাৱে ৩০ ঘণ্টাজোৰা যোগাসন কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছে।
আজি দিনৰ ১০ বজাৰপৰা ছুইমিং পুলত এই যোগাসন আৰম্ভ কৰিছে প্ৰশিক্ষক বাবুল গুৰুং আৰু ১২ বছৰীয়া ছুইমাৰ কুলদীপ শইকীয়াই সামৰণি পৰাৰ কথা ২১ জুনৰ বিয়লি ৪ বজাত। অসম বুক অব্ ৰেকৰ্ডছ'ৰ পৰ্যবেক্ষকৰ দল এই যোগাসনত উপস্থিত থাকিব।
Comments