Cartoon
View Older
গুৱাহাটী, ১৮ জুনঃ বিগত এসপ্তাহ ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত পশ্চিম ত্ৰিপুৰা জিলাৰ সদৰত বানপানীৰ ফলত ২,০০০ ৰো অধিক লোকে ঘৰ-বাৰী হেৰুৱাইছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে।
বৰ্তমান, তেওঁলোকে ২০ টা সাহায্য শিবিৰত আশ্ৰয় লৈছে বুলি জানিব পৰা গৈছ। অৱশ্যে, এতিয়ালৈকে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা হোৱা নাই।
ইপিনে, পশ্চিম ত্ৰিপুৰা জিলাত বিগত ২৪ ঘণ্টাত ১৫৫ মি:মি: বৰষুণ হৈছে, যাৰ ফলত হাওৰা নদীৰ পাৰত থকা কেইবাটাও নামনি অঞ্চল প্লাৱিত হৈছে।
Comments