Classifieds
View All
গুৱাহাটী, ১৮ জুনঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি শনিবাৰে বিগত ২৪ ঘণ্টাত দেশত ক'ভিড ৰোগীৰ সংখ্যা ১৩,২১৬ জনলৈ বৃদ্ধি পাইছে। ইয়াৰ লগতে ২৩ জন ৰোগীৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। যাৰ ফলত দেশজুৰি মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৫,২৪,৮৪০ লৈ বৃদ্ধি হৈছে।
আনহাতে, সক্ৰিয় ৰোগীৰ সংখ্যা ৬৮,১০৮ লৈ বৃদ্ধি পাইছে, লগতে পজিটিভ ৰোগীৰ হাৰ ০.১৬ শতাংশ।
ইফালে, বিগত ২৪ ঘণ্টাত ৮,১৪৮ জন ৰোগীৰ আৰোগ্য হৈছে। ইয়াকে লৈ দেশখনত জন ৪,২৬,৯০,৮৪৫ ৰোগী আৰোগ্য হৈছে। ফলস্বৰূপে, দেখখনৰ পুনৰুদ্ধাৰৰ হাৰ হৈছে ৯৮.৬৩ শতাংশ।
Comments