Cartoon
View Older
গুৱাহাটী, ২৬ জুনঃ আজি আন্তঃৰাষ্ট্ৰীয় ড্ৰাগ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস৷ মণিপুৰৰ নগা পাহাৰৰ সমীপৰ টামেংলং চহৰত আছাম ৰাইফলছৰ ৪৪নং বেটেলিয়নে আছাম ৰাইফলছৰ ২২নং ছেক্টৰ/ আই জি এ আৰ (পূৱ)ৰ অধীনত চহৰখনত ড্ৰাগ মুক্ত সমাজ গঢ়ি তুলিবৰ বাবে এক সজাগতা ৰেলীৰ আয়োজন কৰে৷
Comments