Classifieds
View All
গুৱাহাটী,২৩ জুন:কেন্দ্ৰীয় চৰকাৰে এক অধিসূচনাযোগে দেশৰ ছখন উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিযুক্তি দিয়ে।গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰশ্মিন এম ছায়াই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে শপত গ্ৰহণ কৰে।
Comments