Cartoon
View Older
গুৱাহাটী,২৮ জুন:শ্বাহপুৰজী পালনজী গ্ৰুপৰ মুৰব্বী পালনজী মিস্ত্ৰীৰ আজি মৃত্যু হয়।টাটা গ্ৰুপৰ সৰ্ববৃহৎ ব্যক্তিগত শ্বেয়াৰ হ'ল্ডাৰ মিস্ত্ৰীৰ গোটটোত ১৮.৪ শতাংশ অংশীদাৰীত্ব আছিল।ব্লুমবাৰ্গ বিলিয়নেয়াৰ ইণ্ডেক্সৰ মতে ৯ এপ্ৰিল ২০২১ তাৰিখলৈকে তেওঁৰ সম্পত্তি ২৮ বিলিয়ন আমেৰিকান ডলাৰ।
গুজৰাটৰ এটা পাৰ্চী পৰিয়ালত জন্ম গ্ৰহণ কৰা শ্বাপুৰজীয়ে হংকং আৰু ছাংহাই বেংক, গ্ৰিণ্ডলেজ বেংক, ষ্টেণ্ডাৰ্ড চাৰ্টাৰ্ড বেংক, ভাৰতীয় ষ্টেট বেংক আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱন নিৰ্মাণ কৰিছিল।
Comments