Classifieds
View All
গুৱাহাটী,৩০ জুন:মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব একনাথ সিন্দে ৷ মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হ’ব একনাথ সিন্দেই আজি সন্ধিয়া শপত গ্ৰহণ কৰিব৷ বিজেপি নেতা একনাথ সিন্দেই সংবাদমেলত কৰিলে ঘোষণা কৰে যে, আজি সন্ধিয়া ৭.৩০ বজাত তেওঁ শপত ল’ব৷
Comments