Classifieds
View All
গুৱাহাটী, ২ জুলাইঃ যশপ্ৰীত বুমৰাহে ষ্টুৱাৰ্ট ব্ৰডৰ বিৰুদ্ধে ৩৫ ৰাণ সংগ্ৰহ কৰি টেষ্ট ক্ৰিকেট ইতিহাসত এক অভাৰত সৰ্বাধিক ৰাণ সংগ্ৰহ কৰি বিশ্ব অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
ইয়াকে লৈ টীম ইণ্ডিয়াৰ বাবে ই এক গৌৰৱৰ বিষয় হৈ পৰিছে। টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্রহ কৰা নতুন কথা নহয়।
ইয়াৰ পূর্বে ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ ব্ৰায়ান লাৰাই এক অভাৰত ২৮ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক ৰাণৰ বিশ্ব অভিলেখ গঢ়িছিল।
ব্ৰায়ান লাৰাৰ এই অভিলেখ শনিবাৰে যশপ্ৰীত বুমৰাহে ভংগ কৰি এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
Comments