Classifieds
View All
গুৱাহাটী,৪ জুলাই:সোমবাৰে এক অদ্ভুত ঘটনা সংঘটিত হয় ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত । এজন ব্যক্তিয়ে তেওঁৰ চুবুৰীয়াৰ পোহনীয়া কুকুৰটোৱে অত্যাধিক ভুকি থকাৰ বাবে লোহাৰ ৰডেৰে কোবাই হত্যা কৰে ।
পশ্চিম বিহাৰৰ আৰক্ষী উপায়ুক্ত সমীৰ শৰ্মাই কৈছিল যে,"ধৰমবীৰ দাহিয়া নামৰ এজন ব্যক্তিয়ে ৰাতিপুৱা ৰাস্তাত খোজ কাঢ়ি আছিল। তেতিয়া সেই অঞ্চলৰেই এটা পোহনীয়া কুকুৰে ভুকিবলৈ আৰম্ভ কৰিছিল। সেই সময়ত, দাহিয়াই কুকুৰটোক নেজৰে তুলি লৈ দলিয়াই দিছিল । তাৰ পিছত কুকুৰটোৱে খেদি অহা দেখি তাক লোহাৰ ৰদেৰে মূৰত কোবাই হত্যা কৰিছিল ।"
Comments