Classifieds
View All
গুৱাহাটী,৪ জুলাই:কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াই সোমবাৰে কৈছিল যে দেশখনে ইয়াৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯০ শতাংশৰ ক'ভিড-১৯ ছিটাকৰণ সম্পূৰ্ণ কৰিছে।
টুইটাৰযোগে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী লিখিছে,"প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰয়াসৰ বাবে এয়া সম্ভৱ হৈ পৰিছে। ভাৰতে ইয়াৰ প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ৯০ সম্পূৰ্ণ ছিটাকৰণ সম্পুৰ্ণ কৰিছে। আমি এনেকৈয়ে একেলগে মহামাৰীৰ বিৰুদ্ধে যুঁজত জয়ী হ'ম।"
Comments