Cartoon
View Older
গুৱাহাটী,৫ জুলাই:কামাখ্যাত ৰে'ল আৰক্ষীয়ে ৰে'লত চলোৱা অভিযানৰ সময়ত লাভ কৰিলে এক বৃহৎ সাফল্য । ১৩১৭৬ নং নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছত জব্দ কৰিলে ৮ টা ড্ৰাগছৰ পেকেট ।
অজিত দাস নামৰ এজন লোকে ড্ৰাগছ খিনি ডিমাপুৰৰ পৰা বৰপেটা লৈ যোৱাৰ সময়ত আটক কৰে ৰে'ল আৰক্ষীয়ে । ধৃত অজিত দাসক জেৰা অব্যাহত ৰাখিছে ৰে'ল আৰক্ষীয়ে ।
Comments