Classifieds
View All
গুৱাহাটী, ৫ জুলাইঃ ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু মঙলবাৰে নিশা ৮.৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হ’ব।
সেই উপলক্ষে, ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বিমানবন্দৰত এন ডি এৰ প্ৰাৰ্থীগৰাকীক আদৰণি জনাব।
Comments