Classifieds
View All
গুৱাহাটী, ১৯ জুলাইঃ প্ৰথমবাৰৰ বাবে ভাৰতীয় মুদ্ৰাৰ পৰিমাণ আমেৰিকান ডলাৰৰ বিপৰীতে ৮০ টকাৰ সৰ্বাধিক সৰ্বনিম্ন স্তৰত আছে। এই সৰ্বনিম্ন হাৰ আৰু অধিক তললৈ নামিব পাৰে।
ইপিনে, মঙলবাৰে পুৱা চেনচেক্স ৫৪,৩৮৯.৭৯ পইণ্টত আছিল, যি ১৩১.৩৬ পইণ্ট বা ০.২৪ শতাংশ হ্ৰাস পাইছিল, আনহাতে নিফ্টি ২৫.৫৫ পইণ্ট বা ০.১৬ শতাংশ হ্ৰাস হৈ ১৬,২৫২.৯৫ পইণ্টত আছিল।
Comments