Cartoon
View Older
গুৱাহাটী, ২২ জুলাইঃ ঘোষণা কৰা হ’ল চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল।২০২২ বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ উত্তীৰ্ণৰ হাৰ ৯২.৭১ শতাংশ।ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৯৪.৫৪ শতাংশ ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৯১.২৫ শতাংশ।শিক্ষাৰ্থীসকলে অনলাইন যোগে চাব পাৰিব ফলাফল।
ইয়াৰ বাবে কেইবাটাও ৱেবচাইট মুকলি কৰা হৈছে।results.cbse.nic.in ৱেব চাইটৰ জৰিয়তে শিক্ষাৰ্থীসকলে চাব পাৰিব ৰিজাল্ট।আন এটা ৱেবচাইট cbse.gov.inৰ জৰিয়তেও চাব পাৰিব ফলাফল।উল্লেখযোগ্য যে এইবাৰ দুটা পৰ্যায়ত অনুষ্ঠিত হৈছিল চি বি এছ ইৰ পৰীক্ষা।
Comments