Cartoon
View Older
গুৱাহাটী,২০ জুলাই:ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা আক্ৰান্ত হ'ল ক'ভিডত । ৰিপ'ৰ্ট পজিটিভ পোৱাৰ পিছতেই সংস্পৰ্শলৈ অহা সকলোকে যাৱতীয় সাৱধানতা অৱলম্বন কৰিবলৈ কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ।
টুইটযোগে মুখ্যমন্ত্ৰী সাহাই কয় যে, "আজি মই ক'ভিড পজিটিভ হৈছোঁ । মই একেবাৰে সুস্থ আৰু মোৰ কোনো লক্ষণ নাই। মই মোৰ সংস্পৰ্শলৈ অহা সকলোকে বিনম্ৰভাৱে অনুৰোধ কৰিছো যে তেওঁলোকে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰক।"
Comments