Cartoon
View Older
গুৱাহাটী, ২৬ জুলাইঃ ডব্লিউ ডব্লিউ এফ প্ৰ' এএম ইউনিভাৰ্ছ চেম্পিয়নশ্বিপত (WWF Pro-AM Universe Championship) ভাৰতৰ প্ৰতিনিধি, অসমৰ কুশল কলিতাই পুৰুষৰ শৰীৰচৰ্চা প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।
এই চেম্পিয়নশ্বিপ থাইলেণ্ডৰ বেংককত আয়োজন কৰা হৈছিল। কলিতাই ১৬ জুলাইত পুৰুষৰ শ্ৰেণীত স্বৰ্ণ লাভ কৰে।
Comments