Cartoon
View Older
গুৱাহাটী, ১ আগষ্টঃ দেওবাৰে নিশা যোৰহাটৰ মৰিয়নীতত ড্ৰাগছসহ নগালেণ্ডৰ এজন আৰক্ষী বিষয়াক আটক কৰা হয়।
সূত্ৰ অনুসৰি, অভিযুক্ত আৰক্ষীজনক মৰিয়নীত অৱস্থিত নাগিনীজান চাহ বাগিচাত আটক কৰা হয়।
দেওবাৰে নিশা নিৰপত্তাৰক্ষীয়ে নগা আৰক্ষীজনক ড্ৰাগছৰ সৈতে ধৰা পেলাইছিল। অভিযুক্ত নগালেণ্ড আৰক্ষী বিষয়াজন এ পি চি ৰিথে বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমান, পৰৱৰ্তী আইনী প্ৰক্ৰিয়াৰ বাবে তেওঁক স্থানীয় আৰক্ষীৰ হাতত গতাই দিয়া হৈছে।
Comments