গুৱাহাটী,৩ আগষ্ট:দুৰ্নীতিৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অবিৰত ভাৱে চলি আছে।আজি অসম আৰক্ষীৰ দুৰ্নীতি নিবাৰক শাখাৰ এটা বিশেষ গোটে কাছাৰ জিলাৰ লক্ষীপুৰৰ ৰেঞ্জ অফিচাৰ দেৱব্ৰত গগৈক উৎকোচ লওঁতে হাতে - লোটে ধৰা পেলায়।
January 30, 2023
Comments