Classifieds
View All
গুৱাহাটী, ৫ আগষ্টঃ আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু তিথি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে গুৱাহাটীৰ মেয়ৰ মৃগেণ শৰণীয়াই লোক সেৱকজনৰ প্ৰতি শ্ৰদ্ধা জনাই ৰাজ্যজুৰি পালন কৰা লোক কল্যাণ দিৱস উপলক্ষে গুৱাহাটীৰ নৱগ্ৰহত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
Comments