Classifieds
View All
গুৱাহাটী, ৬ আগষ্টঃকমনৱেলথ গেমছৰ দ্বিতীয় ছেমি ফাইনেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে হিমা দাসে তৃতীয় স্থান দখল কৰিবলৈ সক্ষম হয় যদিও মাত্ৰ ০.০১ ছেকেণ্ডৰ ব্যৱধানত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে।কমনৱেলথ গেমছৰ ২০০ মিটাৰৰ ছেমি ফাইনেলৰ পৰা বিদায় ল'লেও আজি আবেলি পুনৰ ট্ৰেকত নামিব হিমা দাস।
২০০ মিটাৰত বিফল হ’লেও হিমাই আন এক প্ৰতিযোগিতাৰ বাবে সাজু হৈছে।আজি পুনৰ ৪x১০০ ৰীলেত অংশগ্ৰহণ কৰিব ধিং এক্সপ্ৰেছ হিমাই।আজি বিয়লি ৪.৪৫ বজাত ৪০০ মিটাৰ ৰীলেত অৱতীৰ্ণ হ'ব হিমা দাস।
Comments