Classifieds
View All
গুৱাহাটী, ৬ আগষ্টঃ ছিকিমৰ গেংটকৰ চিংটাম চহৰত শনিবাৰে ভয়াবহ ভূমিস্খলন হোৱাত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰে।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ছিকিমৰ উপ-হিমালয়ত প্ৰচণ্ড বৰষুণ, ধুমুহা আৰু বজ্ৰপাতৰ বাবে যথেষ্ট বৰষুণ হোৱাৰ আশংকা কৰিছিল।
শুকুৰবাৰে অৰ্থাৎ ৫ আগষ্ট ২০২২ তাৰিখে এক টুইটযোগে বতৰ বিজ্ঞান বিভাগে এই তথ্য সদৰি কৰে।
Comments