Classifieds
View All
গুৱাহাটী, ৬ আগষ্টঃউৎকোচ লোৱাৰ অভিযোগত পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন।উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক। তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ অভিযানত গ্ৰেপ্তাৰ হয় পঞ্জীয়ক গুৰু প্ৰসাদ খাটনিয়াৰ।
পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গুৰুপ্রসাদ খাটনিয়াৰ। দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে ধৰা পেলায় পঞ্জীয়কগৰাকীক।
Comments