Classifieds
View All
গুৱাহাটী, ৪ আগষ্টঃকমনৱেলথ গেমছত সফলতা ধিং এক্সপ্ৰেছ হিমা দাসৰ।কমনৱেলথত দুৰ্দান্ত প্ৰদৰ্শন হিমা দাসৰ।ছেমি ফাইনেলত প্ৰৱেশ ধিং এক্সপ্ৰেছ হিমা দাসৰ।
কমনৱেলথ গেমছত মহিলাৰ ২০০ মিটাৰ হিটছত প্ৰথম স্থানত হিমা দাস।২৩.৪২ ছেকেণ্ডেৰে প্ৰথম স্থানেৰে ছেমি ফাইনেললৈ হিমা দাস।
Comments