Cartoon
View Older
গুৱাহাটী,১৬ আগষ্ট:প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতীয় সেনাক একাধিক স্বদেশী অস্ত্ৰ-শস্ত্ৰ অৰ্পণ কৰিব, য’ত আছে এণ্টি-পাৰ্চনেল লেণ্ডমাইন নিপুণ, পাংগং হ্ৰদত অভিযানৰ বাবে লেণ্ডিং ক্ৰাফ্ট এটেক,যুদ্ধ বাহন আৰু বহুতো অন্য ব্যৱস্থা। মন্ত্ৰণালয়ে জুন মাহত ৭৬,৩৯০ কোটি টকাৰ থলুৱা সামৰিক সঁজুলি আৰু প্লেটফৰ্ম ক্ৰয়ৰ বাবে অনুমোদন জনাইছিল।
Comments