Cartoon
View Older
গুৱাহাটী,১৮ আগষ্ট:কোটিপতি উদ্যোগপতি তথা আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানিয়ে লাভ কৰিলে ‘জেড’ কেটেগৰীৰ নিৰাপত্তা। কেন্দ্ৰীয় চৰকাৰৰ এজন বিষয়াৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে এই কথা দাবী কৰিছে। কোৱা হৈছে যে চি আৰ পি এফ কমাণ্ডোৱে তেওঁক সকলো সময়তে নিৰাপত্তা প্ৰদান কৰিব।
সূত্ৰই দাবী কৰিছে যে ইয়াৰ বাবে গৌতমে প্ৰতিমাহে ১৫ ৰ পৰা ২০ লাখ টকা দিব লাগিব। দেশৰ ভিতৰত তেওঁ যʼতেই নাযাওক, নিৰাপত্তাৰ এই পৰিবেষ্টনিৰে তেওঁক আৱৰি ৰাখিব।
Comments