Cartoon
View Older
গুৱাহাটী, ২৮ আগষ্টঃ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাৰে অসমৰ শিক্ষা ব্যৱস্থাৰ তুলনা আৰু ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুজনে ইজনে সিজনক নিজৰ ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠান পৰিদৰ্শনৰ বাবে কৰা আহ্বানৰ প্ৰত্যুত্তৰত অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘দিল্লী মোগলৰ ৰাজত্ব কালৰে পৰা দেশখনৰ ৰাজধানী৷ গতিকে দিল্লীৰ তুলনা নিউয়ৰ্ক বা টকীঅ’ৰ সৈতেহে হ’ব লাগে গুৱাহাটী নাইবা শ্বিলঙৰ সৈতে নহয়৷ মোৰ হাতত দিল্লীৰ দৰে উৎকৃষ্ট সম্পদ নাই৷ তেওঁ ১২০০ আৰু মই ৪০০০০ বিদ্যালয়ৰ ব্যৱস্থাপনা কৰিব লাগে৷’
শিশোদিয়াক ইতিমধ্যে অসমৰ ন্যায়ালয়ে নিমন্ত্ৰণ কৰিছেই৷ ইচ্ছা কৰিলে কেজৰিৱালে তেওঁৰ সৈতে অসমলৈ আহিব পাৰে৷
Comments