Cartoon
View Older
গুৱাহাটী, ৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক পুনৰ প্ৰত্যাহ্বান জনাই এটা টুইট কৰে।
উক্ত টুইটটোত মুখ্যমন্ত্রী ড° শৰ্মাই অসম চৰকাৰে পূৰ্বে প্ৰতিশ্ৰুতি প্ৰদান কৰা ৰাজ্যত ২১ খন মেডিকেল কলেজ আৰু হস্পিতাল নিৰ্মাণ কৰা কাৰ্য্যৰ ৬ খন ইতিমধ্যে নিৰ্মাণ সম্পূর্ণ হৈছে বুলি কয়। ইয়াৰ লগতে মুখ্যমন্ত্রী ড° শৰ্মাই ৩ খন মেডিকেল কলেজ আৰু হস্পিতাল চলিত বৰ্ষত নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হ'ব বুলিও উল্লেখ কৰে।
Comments