Cartoon
View Older
গুৱাহাটী,৫ অক্টোবৰ:মাজুলীৰ সংগীত জগতৰ উজ্বল প্ৰতিভা তেজস্বিতা বৰুৱাৰ অকাল মৃত্যুক লৈ শোকস্তব্ধ ৰাজ্যবাসী।কিন্তু তেজস্বিতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ মাজুলীৰ স্বাস্থ্যখণ্ডলৈ ৷ ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তেজস্বিতাই।
ইয়াৰ পিছতেই তেজস্বিতা বৰুৱাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে।জিলা অতিৰিক্ত উপায়ুক্ত বিপুল দাসৰ নেতৃত্বত আজিৰে পৰা আৰম্ভ হৈছে তদন্ত।
Comments