Cartoon
View Older
গুৱাহাটী,১০ অক্টোবৰ:ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে সোমবাৰে ঘোষণা কৰে অৰ্থনীতিৰ নোবেল বঁটা ৷ “বেংক আৰু বিত্তীয় সংকটৰ ওপৰত গৱেষণাৰ বাবে” চলিত বৰ্ষত তিনিগৰাকী অৰ্থনীতিবিদলৈ আগবঢ়োৱা হয় অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা ৷
বেন এছ বাৰ্ণাংক (দ্য ব্ৰুককিংছ ইনষ্টিটিউচন, ৱাশ্বিংটন ডি চি, আমেৰিকা), ডগলাছ ডব্লিউ ডাইমণ্ড (ইউনিভাৰ্চিটি অৱ চিকাগো, আই এল, আমেৰিকা) আৰু ফিলিপ এইছ ডাইবভিগ (আমেৰিকাৰ ছেইণ্ট লুইছ, এম অ’ৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়)ক লাভ কৰে এই বঁটা ৷
Comments