Cartoon
View Older
গুৱাহাটী,১২ অক্টোবৰ:শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড° বাণিকান্ত কাকতি প্ৰেক্ষাগৃহত সংগীত নাটক একাডেমীৰ অধ্যক্ষ ড° সন্ধ্যা পুৰেচা আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ যুটীয়া সম্পাদক উমা নন্দুৰীৰ পৰা সংগীত নাটক একাডেমীৰ ফেল'শ্বিপ গ্ৰহণ কৰে বিশিষ্ট গুৰু আৰু প্ৰশংসিত সত্ৰীয়া শিল্পী পদ্মশ্ৰী যতীন গোস্বামীয়ে ।
Comments