Cartoon
View Older
গুৱাহাটী,১৪ অক্টোবৰ:শুকুৰবাৰে ক'ভিড-১৯ চাফাই কৰ্মী সন্থাই কামৰূপ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৰ্ধ উলঙ্গ হৈ প্ৰতিবাদ সাব্যস্ত কৰে ।
চাফাই কৰ্মীসকলৰ স্থায়ী নিযুক্তিকে ধৰি কেইবাটাও দাবীৰে সাব্যস্ত কৰে এই প্ৰতিবাদ । আনহাতে, প্ৰতিবাদস্থলীত চৰকাৰবিৰোধী বিভিন্ন শ্লোগানো দিয়ে প্ৰতিবাদকাৰীসকলে ।
Comments