Cartoon
View Older
গুৱাহাটী, ১৯ অক্টোবৰঃ নিৰাপত্তা বাহিনীয়ে চলোৱা অভিযানত জম্মু-কাশ্মীৰৰ হান্দৱাৰা-বাৰামুলা ঘাইপথত বুধবাৰে এটা ২০ কিলোগ্রামক আইইডি যথাসময়ত নিষ্ক্ৰিয় কৰি এক বৃহৎ সন্ত্ৰাসবাদী আক্রমণ প্ৰতিহত কৰিবলৈ সক্ষম হয়।
সেনা বাহিনীয়ে জনোৱা অনুসৰি, জম্মু-কাশ্মীৰৰ লাংগেটৰ ওচৰৰ ৭০১ নং ৰাষ্ট্ৰীয় ঘাইপথত তাঁৰৰ সৈতে এটা সন্দেহজনক বস্তু দেখা পোৱা তথ্যৰ ভিত্তিত বুধবাৰে পুৱা জম্মু-কাশ্মীৰ আৰক্ষীৰ সৈতে চলোৱা এক যুটীয়া অভিযানত আইইডিটো নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয়।
Comments