Cartoon
View Older
গুৱাহাটী,১৭ অক্টোবৰ:দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী প্ৰশাসন।এইবাৰ ৰঙিয়াত চলিল দুৰ্নীতি নিবাৰক শাখাৰ অভিযান উৎকোচ লৈ হাতে লোটে গ্ৰেপ্তাৰ হ’ল ৰে’লৱে বিভাগৰ এজন বিষয়া ।
অনুকম্পামূলক চাকৰিৰ মেডিকেল ৰিপোৰ্টৰ নামত ২০,০০০ টকা দাবী কৰাৰ অভিযোগ।ধৃত বিষয়াজন ৰঙিয়া ৰে’লৱেৰ শ্ৰম কল্যাণ বিভাগৰ পৰিদৰ্শক ৰবীন দাস ।
Comments