Cartoon
View Older
গুৱাহাটী,২১ অক্টোবৰ:অৰুণাচল প্ৰদেশৰ পশ্চিম চিয়াং জিলাৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত । শুকুৰবাৰে পুৱা ভাৰতীয় সেনাৰ Advance light Helicopter( ALH ) দুৰ্ঘটনাত পতিত হয় ।
পুৱা ১০:৪৫ বজাত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য সদৰী কৰে প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰই । উজনি চিয়াং জিলাৰ ইয়ংক্ৰিয়ঙৰ পৰা সীমান্তৰ দিশে উৰা মৰাৰ সময়ত এই দুৰ্ঘটনা সংঘটিত হয় । ইতিমধ্যে উদ্ধাৰ অভিযানৰ বাবে ঘটনাস্থলীত দল নিয়োজিত কৰিছে স্থানীয় প্ৰশাসনে ।
Comments