Cartoon
View Older
গুৱাহাটী,২১ অক্টোবৰ:ডিব্ৰুগড় জিলা পৰিবহন বিষয়াৰ বাসগৃহত অসম আৰক্ষীৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । জিলা পৰিবহন বিষয়া সঞ্জীৱ হাজৰিকাৰ বাসগৃহৰ পৰা বৃহৎ পৰিমাণৰ ধন জব্দ ।
অভিযানত বিষয়াগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে ৭,০৩,৮০০ লাখ টকা । লগতে ৮৭ হাজাৰ অচল হৈ পৰা টকা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । এতিয়াও বৈৰাগীমঠৰ বিষয়া গৰাকীৰ ঘৰত চলি আছে অভিযান ।
Comments