Cartoon
View Older
গুৱাহাটী,২৩ অক্টোবৰ:চৰকাৰী কৰ্মচাৰীৰ বাবে সুখবৰ । বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ । ৪ শতাংশ বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰী মৰগীয়া বানচ । ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ'ব এই সিদ্ধান্ত । চলিত মাহৰ দৰমহাতে কৰ্মচাৰীয়ে লাভ কৰিব এই মৰগীয়া বানচ । টুইটযোগে এই কথা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
Comments