Cartoon
View Older
গুৱাহাটী,২৩ অক্টোবৰ:মহানগৰীত চাঞ্চল্যকৰ ঘটনা।ফাঁচীবজাৰত পথৰ মাজত টানি থোৱা ৰছীত লাগি মৃত্যু এজনৰ।প্ৰশাসনক নজনোৱাকৈ এটা নিৰ্মাণকাৰী প্ৰতিষ্ঠানে ৰাজপথত টানি থৈছিল ৰছী।
সেই পথেৰে আহি থকা বাইক আৰোহীৰ ডিঙিত লাগি যায় ৰছীডাল।যাৰ ফলত মৃত্যু হয় বাইক আৰোহীজনৰ।মৃত্যুমুখত পৰা যুৱকজনৰ নাম অজিত ঝা বুলি জানিব পৰা গৈছে।
Comments