Cartoon
View Older
গুৱাহাটী,২৭ অক্টোবৰ: শাৰীৰিক অসুস্থতাৰ বাবে বিগত ২১ ছেপ্টেম্বৰৰ মাজনিশা খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাক ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ।
তেতিয়াৰে পৰাই ICU ত চিকিৎসকৰ নিৰীক্ষণত আছিল শিল্পীগৰাকী । কিন্তু অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে নীলপৱন বৰুৱাই । আজি বিয়লি ৩.১৫ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰে খ্যাতনামা চিত্ৰশিল্পী গৰাকীয়ে ।
Comments