Cartoon
View Older
গুৱাহাটী,৩১ অক্টোবৰ:আজি উচ্চতম ন্যায়ালয়ত কা' গোচৰৰ শুনানি। কা' সন্দৰ্ভত দাখিল কৰা ২৩২খন আবেদনৰ শুনানি গ্ৰহণ কৰিব ৩জনীয়া বিচাৰপীঠে। কা'ক প্ৰত্যাহ্বান জনাই আবেদন তৰিছিল দল-সংগঠনে।
অসম সন্মিলিত মহাসংঘ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি দল-সংগঠনে জনাইছিল এই সংক্ৰান্তে আবেদন।শুনানিৰ সময়ত উপস্থিত থাকিব দল-সংগঠনৰ নেতৃবৃন্দ।ইতিমধ্যে দিল্লীত উপস্থিত হৈছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, সাঃ সম্পাদক পলাশ চাংমাই।
Comments