Cartoon
View Older
যোৰহাট:৩১অক্টোবৰ: সূৰুয ড্ৰামা প্ৰডাকচন ওৱৰ্কচৰ সৌজ্যনত যোৰহাট জিলা পুথিভঁৰালৰ শ্ৰী শ্ৰী পীতাম্বৰ দেৱগোস্বামী প্ৰেক্ষাগৃহত দেওবাৰে নিশা প্ৰদৰ্শন কৰা হয় 'ৰাম ৰাজ্য'। যশশ্বী নাট্যকাৰ গৌতম ৰায়ৰ মূল বাংলা নাটকৰ অসমীয়া অভিযোজনা অতিশয় মনোগ্রাহী হৈছিল।
প্ৰেক্ষাগৃহত ঠাহ খাই পৰা নাট্যপ্রেমীৰ জাউৰীয়ে জাউৰীয়ে হাতচাপৰিয়ে আমাক সন্তোষিত কৰে আৰু উৎসাহিত বুলি মন্তব্য কৰে পৰিচালক নাট্যকাৰ মানবেন্দ্র শৰ্মাই। সংগীতত আছিল সুপ্ৰতিষ্ঠিত সংগীত পৰিচালক মানস বৰা।
Comments