Cartoon
View Older
গুৱাহাটী, ১ নৱেম্বৰঃ নতুন দিল্লীৰ নাৰেলাৰ এটা জোতা কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত দুজন লোক নিহত হৈছে, লগতে কেইবাজনো লোক আঘাতপ্রাপ্ত হোৱাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে। মৃত্যু হোৱা ক্ৰমে ৩০ আৰু ৩৫ বছৰীয়া লোক দুজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি, পুৱা প্ৰায় ৯.৩৫ বজাত নাৰেলাৰ ঔদ্যোগিক এলেকা ই-৯০৯ ত অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত মুঠ ১০ খন অগ্নিনিৰ্বাপক গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপিত কৰে।
Comments