Cartoon
View Older
গুৱাহাটী,২ নৱেম্বৰ:বাংগালুৰুৰ নাৰায়ণা হেল্থ চিটী হাস্পতালত ভৰ্তি কৰোৱা হৈছে বিধায়ক অখিল গগৈ।বুধবাৰে হাস্পতালখনত চিকিৎসাৰ বাবে ভৰ্তি হয় শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী।তীব্ৰ বুকুৰ বিষত আক্ৰান্ত হৈ আছে অখিল গগৈ।
তেওঁ প্ৰথমে ভৰ্তি হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত।কিন্তু হাস্পতালখনৰ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে তেওঁক বাংগালুৰুলৈ অহাৰ পৰামৰ্শ দিছিল৷
বৰ্তমান বাংগালুৰুত চিকিৎসাধীন হৈ থকা অখিল গগৈক যথেষ্ট ভাগৰুৱা দেখা গৈছে।
Comments