Cartoon
View Older
গুৱাহাটী,৬ নৱেম্বৰ:দীপিকা পাডুকনে আলিয়া ভাট আৰু ৰণবীৰ কাপুৰক পিতৃ-মাতৃ হোৱাৰ বাবে জনাইছে অভিনন্দন। আজি এই দম্পতীহালে তেওঁলোকৰ প্ৰথম সন্তানক আদৰণি জনায়।
অভিনেত্ৰীগৰাকীক মুম্বাইৰ এইচ এন ৰিলায়েন্স ফাউণ্ডেশ্যন হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰত ভৰ্তি কৰা হয়। সেই একে ঠাইতে প্ৰয়াত ঋষি কাপুৰে চিকিৎসা লাভ কৰিছিল আৰু লগতে শেষ নিশ্বাস ত্যাগ কৰিছিল। তাতেই অভিনেত্ৰীগৰাকীয়ে জন্ম দিলে এটি সুস্থ কন্যা সন্তান।
Comments