Cartoon
View Older
গুৱাহাটী,৬ নৱেম্বৰ:হাৰিয়ানাৰ পানীপথত ১০ ৰ পৰা ১৪ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া ৪৬ সংখ্যক ৰাষ্ট্ৰীয় টেনিকইট প্রতিযোগিতাত অংশ ল'বলগীয়া অসমৰ ছিনিয়ৰ পুৰুষ আৰু মহিলা দল দুটা আজি সন্থাৰ সভাপতি বলেন দাসে ঘোষণা কৰে।
ঘোষিত পুৰুষ দলটো আছে ক্ৰমে-জোন কলিতা, পাৰ্থ বৰা, বেলিংফাং ৰাভা, বিষ্ণু সিং, ইৰফান আহমেদ, সমীৰণ গোহাঁই । মহিলা দলটোত আছে স্নেহা গগৈ, ময়ূৰী পেগু, হিমাদ্রী গগৈ, গীতাশ্ৰী ৰাজবংশী, প্রিয়ংকা গগৈ, পৰীনিতা গগৈ। দল দুটাৰ প্রশিক্ষক শুভাশিস গগৈ, তুপর্ণা শইকীয়া আৰু মেনেজাৰ নাচৰিন ৰহমান ।
Comments